Sanjiv Dutta's Blog

জুলাই 29, 2016

rajesh Khanna, Nasiruddin & ‘Popular’ Logic

Filed under: অন্যান্য / Others — duttasanjiv @ 3:18 পুৱা

You are correct, my title is contradictory! If you understood this, then you are quite a logical person.

Logic or Rationalism has nothing to do with popularity. It has to be unbiased, not to be corrupted by emotion. Recently Nasiruddin Shah criticised Rajesh Khanna’s acting skill. This was not taken well by public…. well at least by his legal wife & daughter. Media reported the criticism as ‘rude’, may be because Khanna is not alive. And Khanna’s family reacted with some riddles like ‘Khanna’s successful career speaks for itself, Public knows better, he has contributed a lot to the Industry’ etc.

This gives rise to many questions. Why we can never be rational? Sure, we are not rational by nature. Rationalism, logic, reasoning, mathematical analysis, and so, science – is quite new for our brain.  Majority of human beings find it strenuous, leave alone enjoyable, and need to nurture these skills. So we often become subjective.

  1. In the above issue, emphasize was not given on the correctness or the content of the criticism, but on how it was made. In fact, criticism is expected to be rude, right?
  2. Media or Khanna’s family had also missed the point that, if the same criticism was made by 3rd rated ‘actor’s like Gajendra Chouhan, one could expect applause for sure. But what did they expect from an extremely talented & serious actor like Shah?
  3. Would Khanna’s family have reacted the same way if that criticism was made for some other poor actor? Their reaction was an immature move. They reacted the most expected, trivial way. They should have declined any comments since Khanna is their close relation.
  4. Are Dimple & Twinkle (who also were commercial actresses for the Industry) talented enough to judge someone acting…. or even more, such as Shah’s criticism? We shall see.

How childishly they reacted! Success? Popularity? Are those any match before acting talent? They in fact unwittingly raised a classical topic: Hero vs Actor. What makes a hero? It is an illusion, a mass hysteria, upon which the life & death of the Industry depends on, and which is actually based on some proven (good or bad) mannerism of the ‘actor’, not his acting skill. In an illusion show may gimmicks and behind-the-stage tricks are involved, similarly for a hero also many dummies, playback singers, a team of beauticians, designer wears & props from boutique etc. are all essential. Did I mention good look & patchworks by world’s top cosmetic  surgeons? So, of course all that is to ‘contribute to the Industry’! What is more, he/she has to maintain that illusion (sometime called ‘image’) carefully, like a soap bubble! They can not expose themselves too much in public, just like a magician can not exhibit his tricks in day light!

Now, in their wise opinion, being successful in such a scenario indicates talent! Oh lord! That’s not only ‘rude’ but outrageous comment for many dedicated, extremely talented actors/actresses.  And finally, again that magic word ‘Public! Public knows!’ Hmm! So public knows better than top actors or directors may be! Well Madams, then my humble suggestion is, why not scrap all selection committee, jury systems in all fine arts competitions, and start public voting system everywhere… like all those ‘reality shows’?

Advertisements

নৱেম্বৰ 5, 2011

Filed under: অন্যান্য / Others — duttasanjiv @ 10:01 সন্ধ্যা

In the midst of the storm of corruption, violence, hatred and destruction of this lonely planet by human, news such as these suddenly lit up a little spark, give us the confidence to say ‘yes, that’s what we human are for’ !

Herd of south african rhino saved

Good people are always a minority, and they are keeping the society and this planet still worth living. The majority of us are greedy monsters who are just enjoying the fruit of the good work of others in one hand, and making things worse on the other hand.

So, what do you say – who are more macho/ more man: The bustards who buy these rhino products to be more ‘man’ or the saviors of the rhinos?

Most Conclusive Broadband Speed Test by BSNL!

Filed under: অন্যান্য / Others — duttasanjiv @ 4:05 পুৱা

অক্টোবৰ 1, 2011

This time it is War /এইবাৰ সমুখ সমৰ! IE vs Chrome

Filed under: অন্যান্য / Others — duttasanjiv @ 12:38 পুৱা

এইবাৰ সমুখ সমৰ! অবিশ্বাস্য, নহয়নে! যোৱাকালি কি কাণ্ড হ’ল পঢ়ক –

Microsoft Security Essentials removing Google Chrome!

মই বিশ্বাস কৰোঁ এয়া হোজা ব্যৱহাৰকাৰী সকলক ভীতিগ্ৰস্ত কৰি তোলাৰ ঘৃণ্য কৌশল৷ তেওঁলোকে (মাইক্ৰছফ্ট্) চাগে ভবাই নাছিল ব্যৱহাৰকাৰী সকলে এনেকৈ প্ৰতিক্ৰিয়া কৰিব বুলি৷হয়তো, বিনামূলীয়াকৈ পোৱা সঁজুলী এপদ, ট্ৰজান সংক্ৰমণৰ অজুহাতত হেৰুৱাবলগীয়াত ইমান হৈ-চৈ কিয়, যত মাইক্ৰছফ্টৰ বিকল্প সাজু হৈয়েই আছে???

কিয়? মাইক্ৰছফ্টে বৰং এই প্ৰশ্নটোৰ ওপৰতেই গৱেষণা কৰক৷ এনেকুৱাওতো হ’ব পাৰে, যে ব্যৱহাৰকাৰী সকলে ট্ৰজানতকৈও মাইক্ৰছফ্টক বেছি ভয় খায়!

English Version:

This time it is War! Can you believe it? Read what happened  yesterday –

Microsoft Security Essentials removing Google Chrome!

I believe it is a nasty scare tactics played with unsuspecting users. They (Microsoft) perhaps thought user’s won’t react this way. After all, why bother if you lose a free tool, apparently infected with Trojan, when you have its Microsoft alternative???

Why? I rather advise Microsoft to research over this. May be Microsoft bothered  people more than Trojans!

চেপ্তেম্বৰ 29, 2011

অবাধ্য সপোন/The untammed dream (১৯৯৬)

(Dedicated to Kabir Suman)

নলয় নলয় সি নলয় মানি, দিবই লাগিব আকাশী জোন আনি৷
নিষ্ফল মা মাহী মামাৰ বুজনি, দু’বছৰীয়া সি এটি অকণমাণি৷৷

নলয় নলয় সি নলয় মানি, ল’বই ল’বই ৰামধেনু ৰং সানি৷
নিষ্ফল দেউতাৰো গালি-শপনি, দু’বছৰীয়া সি এটি অকণমাণি৷৷

জোন কিয় আকাশত, মাটিত আমি? আহাঁ জোন পৃথিৱীৰ বুকুলে’ নামি৷
জোন কিয় আকাশত?
নলয় নলয় সি নলয় মানি৷৷

বিৰক্ত চুবুৰীয়া: অবাধ্য লৰা! জঙ্ঘলী ঘোঁৰা!
ঘোঁৰা পিটি মানুহ সোনকালে কৰা!

সভ্য ভব্যতাৰ মন্ত্ৰ দিয়া!!

কোনো দামী খোঁৱাৰত নাম লিখোৱা!!!

কান্দি-কাটি লেবেজান কণমানি,পুৰণি সুৰেৰে মাকে গায় নিচুকণি

অকণি টোপনি যায়…

পুৰণি কোলাত, টোপনি দোলাত, সংগোপনে সি সপোন দেখে –
নতুন সুৰৰ, নতুন গানৰ, ৰামধেনু ৰঙী জোনালী দিনৰ

চেপ্তেম্বৰ 28, 2011

(Software)ত্ৰুটিৰ ৰক্ষণশীলতাৰ সূত্র/Law of Conservation of (Software)Bugs

Filed under: হাস্য-ব্যংগ্ / Humour-satire — duttasanjiv @ 11:59 সন্ধ্যা

“(Software)ত্ৰুটিৰ ৰক্ষণশীলতাৰ সূত্র: (software)ত্ৰুটিৰ সৃষ্টি কিম্বা বিনাশ অসম্ভৱ,

মাত্র এটা software-ৰ পৰা আন এটা software-লৈ স্থানান্তৰহে সম্ভৱ

Law of Conservation of (Software)Bugs:

(Software) Bugs can neither be created nor destroyed, but only be transferred from one software to another.

বৈজ্ঞানিক কোন? / What makes a scientist?

Filed under: গদ্য /Prose:খণ্ড চিত্র / Sketch — duttasanjiv @ 8:31 সন্ধ্যা

এমাহমান আগৰ কথা৷ আমাৰ ৬ বছৰীয়া লৰাটোৱে সুধিলে ‘হৰিণাবোৰে গছত শিংবোৰ কিয় ঘঁহে ?’

মই উত্তৰটো নজনা হেতুকে ‘মই নাজানো’ বুলি কবলগীয়া হল৷

সি ভেকাহি মাৰিলে ‘তাকো নাজানা যদি, তুমি কিহৰ বৈজ্ঞানিক?’ (আচলতে তাৰ দৈনন্দিন খুচুৰা প্ৰশ্নবোৰৰ উত্তৰ মই বেছিকৈ দিওঁ বাবেই সি মোক আচল বৈজ্ঞানিক বুলি ধৰি লৈছে৷ আৰু সঁচা কখাটো হল যে, বৈজ্ঞানিক হবৰ আকাঙ্খ্যা আছিল বাবে কখাষাৰ শুনি ময়ো ভালেই পাওঁ :-p)

মই কলোঁ ‘কাৰণ মই মই নাজানো  বুলি কৈছোঁ যে!’

‘কি??’

‘বোপাই, কেৱল বৈজ্ঞানিকৰহে মই নাজানো  বুলি কোৱাৰ সত্সাহস খাকে!’

English Version:-

One month ago, our 6 years son was asking ‘why a stag-deer rubs his antlers on trees?’

I couldn’t answer so I said ‘I Don’t know.’

He mocked ‘how can you say that?  Then what makes you a scientist?’ (as I often answers his petty queries, he thinks I am a real scientist. And fact is, that makes me pretty glad as I always wanted to be a real scientist :-p )

I said ‘because I said I Don’t know!’

‘What??’

‘Son, only a scientist can afford to say I Don’t know!’

চেপ্তেম্বৰ 27, 2011

কৈফিয়ত্/Explanation

Filed under: অন্যান্য / Others — duttasanjiv @ 8:57 সন্ধ্যা

যি দেখিলোঁ বয়স বিয়াল্লিছ পালেই, সময় আৰু বৰবেছি হাতত নাই৷ এনেকৈ বহি থাকিলে নহ’ব…

সেয়া দেখিছেনে কোনডোখৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ৷ আচলতে লিখা-মেলাৰ অভ্যাসেই নোহোৱাৰ দৰে হল লহয়৷ অৱশ্যে দোষ মোৰেই! আচ্ছা, খুলি কৈছোঁ বাৰু –

আপুনি লিখনী কিম্বা ৰাইজৰ চিঠি জমা দিয়ক – যোগ্যতা থাকিলে ছপা হ’বই! আচলতে এই লাইনটোতো আৰু ঠিকা-ঠুকলি বা চাকৰী বিচৰাৰ দৰে পঙ্কিল নহয়, এয়া হল বুদ্ধিজীৱিৰ লাইন৷ চাফা, শুকান, চিধা লাইন৷ না তৈলমৰ্দন, না mutual appreciation club, না  godfather বৰ গোসাইঁ সেৱা, না পৃষ্ঠপোষকতা – একোৱেই দৰকাৰ নাই – যদিহে যোগ্যতা থাকে৷

পিছে, এই অযোগ্যজনে এটাও সম্পাদক কিম্বা প্ৰকাশকৰ সৈতে সুবিধা কৰি উঠিব নোৱাৰিলোঁ৷ আন কখা বাদেই, যেতিয়া কেবাখনো ৰাইজৰ চিঠিও কাকতত নিজে দি থৈ আহিও কোনোপধ্যে ছপাব নোৱাৰিলোঁ, আনকি দেহে-কেহে খাটি ঠিয় কৰোৱা ক্ষুদ্ৰ আলোচনীয়েও যেতিয়া বিশ্বাসঘাতকতা কৰিলে, তেতিয়া নিজৰ অযোগ্যতা সম্পৰ্কে আৰু সন্দেহেই নাথাকিল৷ সেইখিনি সময়ত নিজৰ লিখনী  বা চিন্তা-চৰ্চা সম্পৰ্কে প্ৰশংসা শুনি ইঞ্জিনিয়াৰত্ব পাহৰি নিজকে বুদ্ধিজীৱিত্বতেই প্ৰায় সমৰ্পণ কৰিবলৈ ওলাইছিলোঁ৷ পিছে প্ৰশংসাকাৰীসকলে মোৰ মঙ্গল চিন্তিয়েই চাগে নিশাটোতে সুৰ সলনি কৰিলে৷

বিশ্বস্ত পথপ্ৰদৰ্শকসকলৰ ভণ্ডামীত বিধ্বস্ত হৈ গৈছিলোঁ৷ মানুহৰ প্ৰতি বিশ্বাসেই হেৰাই গৈছিল৷ সময়ত সেইবোৰ ঘূৰি আহিলেও, লিখা বা ছপোৱা – এইবোৰ অৰ্থহীন হৈ গৈছিল৷

তাহানিতে বিশ্ববিদ্যালয়ৰ ছাত্র এগৰাকীয়ে মোৰ খুহুতীয়া গল্প পঢ়ি ‘প্ৰতিষ্ঠিত গল্পকাৰৰ লিখনীৰ দৰে’ বুলি প্ৰশংসা কৰিছিল৷ পিছত তেওঁ নিজেই প্ৰতিষ্ঠিত গল্পকাৰ হোৱা দেখি ঘৰলৈ আনি দুপৰীয়া অতিথি-সত্কাৰৰ আয়োজন কৰা হ’ল : মোৰ অখাদ্য লিখনীবোৰৰ বাবেও কোনো বিলনীয়া যোগাৰ হয়েই কিজানিবা! পিছে সেই দাইলো নগলিল!

এখন গুৰুত্বপূৰ্ণ বাংলা গ্ৰন্থ অনুবাদ কৰিবলৈ লৈছিলোঁ৷ কিন্তু প্ৰকাশ কৰিব কোনে? উত্তৰৰ অন্বেষণত গ্ৰন্থবিপ্লৱৰ ঠিকা লোৱা এটি সংস্থাৰ  তালৈও গলোঁ৷ পিছে তেৰাৰ মতি-গতি দেখি আমি ঘড়ীলৈ চাবলগীয়া হল – নাই, সন্ধ্যা সাত বাজিছে, নহলে ভাবিলোহেঁতেন কোনো ধুৰন্ধৰ মণ্ডলৰ ওচৰলৈ মাটিৰ কাম লৈ আহিছোঁ৷

পৰম শ্ৰদ্ধাৰ হীৰেন গোহাইঁ ছাৰে(যেনেকৈ দ্ৰোণ একলব্যৰ ‘ছাৰ’) অৱস্থা দেখি ক’লে – ‘মই অমূক প্ৰকাশণক কৈ দিব পাৰোঁ, কিতাপ সিহঁতে উলিয়াব, কিন্তু পইছা টইছা তুমি নাপাবা!’

বহুবছৰ পিছত, মোৰ জীৱিকাৰ সৈতে জড়িত Internet-এ আমাৰ দৰে অযোগ্যজনৰ চিন্তা আৰু লিখনীও ওপৰোক্ত পঙ্কিল পথ নোলোৱাকৈয়েই প্ৰকাশৰ এক সঁচা অৰ্থত সমাজতান্ত্ৰিক পথ উলিয়াই দিলত, এটা শেষ চেষ্টা দিবৰ মন গ’ল …

Hello world!

Filed under: অন্যান্য / Others — duttasanjiv @ 7:18 সন্ধ্যা

Welcome to WordPress.com. After you read this, you should delete and write your own post, with a new title above. Or hit Add New on the left (of the admin dashboard) to start a fresh post.

Here are some suggestions for your first post.

  1. You can find new ideas for what to blog about by reading the Daily Post.
  2. Add PressThis to your browser. It creates a new blog post for you about any interesting  page you read on the web.
  3. Make some changes to this page, and then hit preview on the right. You can always preview any post or edit it before you share it to the world.

Blog at WordPress.com.